Kishore Kumar Hits

Rup - Abeg lyrics

Artist: Rup

album: Abeg


মনে মনে আজি ক'বলে' অলেখ ভাষা তোমাকেই, জানা!
হিয়াৰে লগৰী বুলি তোমাক পাবলে' কৰোঁ যে আশা
বিচাৰি আজি কিয় ৰ লাগি চাওঁ?
অজানা ঠিকনা বিচাৰি মই পাওঁ, পাওঁ (yeah)
মাথোঁ তুমি মোৰ হৈ ৰোৱাঁনা
উশাহতো বিলীন মই তোমাকেই ভাবি ভাবি, জানা!

নেলাগে আজি মোক মিছা প্ৰেমৰে আশা, অ' আশা
আহিলে তুমি সঁচা প্ৰেম দিবলৈ আহাঁ, whoa
অভিমান সামৰি লোৱাঁনা
হাততে আহি তুমি ধৰাঁ
চকুতে চকু থৈ আহি সানি দিয়াঁ মোক মায়া
আৱেগৰেই যেন যুৰীয়া
মন মোৰ আজি হয় কিয় উতনুৱা?
অনুভৱী এই সুৰতেই মই মগন, তুমি জানা নে নাজানা?
সিৰে-সিৰে আজি প্ৰেমৰ গাথা
তোলে' সাঁচি ৰখা মৰমে আমনি মোক কৰে
জোনাকীৰ বাটতে আহিবা বুলি তুমি
ৰৈ থাকিম মই বাট চাই

Поcмотреть все песни артиста

Other albums by the artist

Similar artists