Kishore Kumar Hits

Debojit Borah - Kisim Kisim (Live) lyrics

Artist: Debojit Borah

album: Debojit Live (Live)


তোমাৰ মৰমেৰে
পগলা কৰিলে
মাজনী ঐ
তিতিনো যাই
শিতানৰ গাৰু
কিচিম কিচিম ভাৱনাই অ'
ধৰে নো হেঁচা মাৰি
ধৰে নো হেঁচা মাৰি
তেতিয়া মই বিচনাত পৰো
বিচনাতে পৰিলৈ অ'
কান্দো নো হুৰাহুৰে
কান্দো নো হুৰাহুৰে
তিতিনো যাই
শিতানৰ গাৰু
কিচিম কিচিম ভাৱনাই অ '
ধৰে নো হেঁচা মাৰি
ধৰে নো হেঁচা মাৰি
তেতিয়া মই বিচনাত পৰো
বিচনাতে পৰিলৈ অ'
কান্দো নো হুৰাহুৰে
কান্দো নো হুৰাহুৰে
তিতিনো যাই শিতানৰ গাৰু
অ মৰম তোমাৰে নাম
দিলা চিঠিৰে খাম
আাধা লিখি কথাৰে বুজাই
দিলা হিয়া জুৰাই
সদাই সপোন দেখাই
ঢালি দিলা বুকু উপচাই অ'
বাৰে কিচিম ভাৱনাই অ'
ধৰে নো হেঁচা মাৰি
ধৰে নো হেঁচা মাৰি
যেতিয়া মই বিচনাত পৰো
বিচনাতে পৰীলৈ ঐ
কান্দো নো হুৰাহুৰে
কান্দো নো হুৰাহুৰে
তিতিনো যাই শিতানৰ গাৰু
অ' দেহি ঐ
ইমান ধুনীয়া
খোপাত কপৌ ফুল কতে পালা
অ' দেহি ঐ
ইমান ধুনিয়া
খোপাত কপৌ ফুল কতে পালা
দেখা দেখা লাগিছে
বহু দিনৰ আগতে
দেখা দেখা লাগিছে
বহু দিনৰ আগতে
অ' দেহি ঐ
খোপাত কপৌ ফুল গল মৰহি
কিচিম কিচিম ভাৱনাই অ'
ধৰে নো হেঁচা মাৰি
ধৰে নো হেঁচা মাৰি
তেতিয়া মই বিচনাত পৰো
বিচনাতে পৰিলৈ ঐ
কান্দো নো হুৰাহুৰে
কান্দো নো হুৰাহুৰে
তিতিনো যাই শিতানৰ গাৰু
তিতিনো যাই শিতানৰ গাৰু
তিতিনো যাই শিতানৰ গাৰু

Поcмотреть все песни артиста

Other albums by the artist

Similar artists