Kishore Kumar Hits

Tavreed - Kuwolimoy lyrics

Artist: Tavreed

album: Kuwolimoy


কাঁচিয়লি ৰ'দে
পুৱতি গীত জোৰে
কুঁৱলীময় বাটে
এন্ধাৰেও আঁচল সামৰে
শেৱালিৰ আবীৰে
জগালে গুপুত বাসনা
বুকুৰে প্ৰাণ-জুৰিয়ে
সীমনা পাহৰে
তোমাৰ সুঁতিৰ
ঠিকনা বিচাৰে

মিহিৰে মিচিকিয়ালে
উতলা প্ৰণয় দেখি
কুসুমেও জোকালে
মগ্ন হৃদয় দেখি
আবেলিৰ সমীৰে
জগালে গুপুত বাসনা
বুকুৰে প্ৰাণ-জুৰিয়ে
সীমনা পাহৰে
তোমাৰ সুঁতিৰ
ঠিকনা বিচাৰে

Поcмотреть все песни артиста

Other albums by the artist

Similar artists