Mrityunjoy Kakati - Horini Nayana lyrics
Artist:
Mrityunjoy Kakati
album: Horini Nayana
నీ వాలు కనుల చూపు నా మదిని తాకెనే
నీ మధుర జ్ఞాపకం నా మదిలో మెలిగెనే
నీ వాలు కనుల చూపు నా మదిని తాకెనే
నీ మధుర జ్ఞాపకం నా మదిలో మెలిగెనే
♪
কাজলসনা দুচকুৰে কিনো মায়া সানিলা!
ওৰে নিশা তুমি মোকে উজাগৰে ৰাখিলা
সৰলমনা মুখনিৰে নাই কোনো উপমা
বুজিবৰে মন তোমাৰ হৃদয়ৰে বতৰা
কাজলসনা দুচকুৰে কিনো মায়া সানিলা!
ওৰে নিশা তুমি মোকে উজাগৰে ৰাখিলা
সৰলমনা মুখনিৰে নাই কোনো উপমা
বুজিবৰে মন তোমাৰ হৃদয়ৰে বতৰা
তুমি চোন হৰিণী নয়না, হাঁহিৰে ৰচা কবিতা
ময়ো চোন প্ৰেমতে বলিয়া, আগে নাই হোৱা এনেকুৱা
তুমি চোন হৰিণী নয়না, হাঁহিৰে ৰচা কবিতা
ময়ো চোন প্ৰেমতে বলিয়া, আগে নাই হোৱা এনেকুৱা
♪
(তুমি চোন হৰিণী নয়না)
♪
এজাৰবুলীয়া হাঁহিটি তোমাৰ শেৱালি যেন লাগে শাৰদী নিশাৰ
এজাৰবুলীয়া হাঁহিটি তোমাৰ শেৱালি যেন লাগে শাৰদী নিশাৰ
ময়ূৰৰ পাখি যেন লগা চুলিটাৰি মেলি দি এৰাঁনা লাজৰে ওৰণি
চকুৰে কি কথা ক'ব খোজা তুমি!
জানিবৰ মন যায় সাৰে থকা ৰাতি
তুমি চোন হৰিণী নয়না, হাঁহিৰে ৰচা কবিতা
ময়ো চোন প্ৰেমতে বলিয়া, আগে নাই হোৱা এনেকুৱা
তুমি চোন হৰিণী নয়না, হাঁহিৰে ৰচা কবিতা
ময়ো চোন প্ৰেমতে বলিয়া, আগে নাই হোৱা এনেকুৱা
♪
(তুমি চোন হৰিণী নয়না)
Поcмотреть все песни артиста
Other albums by the artist