Kishore Kumar Hits

Aarxslan - Xei Din lyrics

Artist: Aarxslan

album: Xei Din


তুমি সজাইছিলা
মোৰ উৰুঙা জীৱনক
আঁতৰাব নোৱাৰা ভাৱনাৰ ৰঙেৰে
মনত পৰে সেইদিন
যদিও আছিলা দুদিন
আছিল মৰম সীমাহীন
আছোঁ ৰখি, where have you been?
আজি মই মাথোঁ সংগীবিহীন

আজি মোক হঠাতে এৰি
সকলো পাহৰি
আছা গৈ আঁতৰি
আনৰ হাতকে ধৰি
কেতিয়াও নুবুজিবা চাগে'
যি মৰম আছিল তোমাৰ বাবে
বিচাৰি পালা জানো সেই সুখ সিয়াৰ স'তে?
মনত পৰে সেইদিন
যদিও আছিলা দুদিন
আছিল মৰম সীমাহীন
আছোঁ ৰখি, where have you been?
আজি মই মাথোঁ সংগীবিহীন

(আজি মই)
(মাথোঁ)
(সংগীবিহীন)

Поcмотреть все песни артиста

Other albums by the artist

Similar artists