Kishore Kumar Hits

Dyou - Otit lyrics

Artist: Dyou

album: Otit


ঘৰৰে চুবুৰিতে কৰা খেল-ধেমালি
নজনাকে'-নুবুজাকে' পাৰ হ'ল ল'ৰালি
আঁহতৰ আৱৰতে পঢ়োঁতে কুঁহিপাত
তোমাৰ হাঁহিটিয়ে খুলিলে প্ৰেমৰ বাট
Back to the place where I belong
অতীতলে' উভতি যাবলে' মন
Closing my eyes and feeling the breeze
স্মৃতিয়ে সিঁচিছে সুখৰে প্ৰতীক
Back to the place where I belong
অতীতলে' উভতি যাবলে' মন
Walking all way to your home
যদি তোমাক পাওঁ মনৰ কথা ক'ম

হৃদয়ত আলফুলে বাজিছে ৰাগিণী
তুমি যেন কাষৰতে অনুভৱ সৰগী
আঁহতৰ আৱৰতে পঢ়োঁতে কুঁহিপাত
তোমাৰ হাঁহিটিয়ে খুলিলে প্ৰেমৰ বাট
Back to the place where I belong
অতীতলে' উভতি যাবলে' মন
Closing my eyes and feeling the breeze
স্মৃতিয়ে সিঁচিছে সুখৰে প্ৰতীক
Back to the place where I belong
অতীতলে' উভতি যাবলে' মন
Walking all way to your home
যদি তোমাক পাওঁ মনৰ কথা ক'ম

Back to the place where I belong
অতীতলে' উভতি যাবলে' মন

Поcмотреть все песни артиста

Other albums by the artist

Similar artists