Kishore Kumar Hits

Abhi Saikia - Meghranjani lyrics

Artist: Abhi Saikia

album: Meghranjani


ছুবলে' মন কুঁহিপাহিভৰা
চাবলে' মন মুক্ত নীলা আকাশ
সেমেকা দুচকুতে হাঁহিৰ প্ৰভাৱ
সুৰে আনে শুভ্ৰ মিঠা সুবাস
ছুবলে' মন কুঁহিপাহিভৰা
চাবলে' মন মুক্ত নীলা আকাশ
সেমেকা দুচকুতে হাঁহিৰ প্ৰভাৱ
সুৰে আনে শুভ্ৰ মিঠা সুবাস
সমীৰে আহি ক'লে- "মোক চোৱাঁহি"
এচেৰেঙা ৰ'দ সোণালী
সোঁৱৰণি মোৰ শেৱালি
মোৰ স্বপ্নৰ মেঘৰঞ্জনি

চাবলে' মন জোনাক তৰাভৰা
শুনিবৰ মন ৰাতিৰ নীৰৱতা
শাৰদী সন্ধিয়াৰ সাধুকথা
ঘূৰাই আনে স্মৃতিৰ সুৰনিজৰা
চাবলে' মন জোনাক তৰাভৰা
শুনিবৰ মন ৰাতিৰ নীৰৱতা
শাৰদী সন্ধিয়াৰ সাধুকথা
ঘূৰাই আনে স্মৃতিৰ সুৰনিজৰা
সমীৰে আহি ক'লে- "মোক চোৱাঁহি"
এচেৰেঙা ৰ'দ সোণালী
সোঁৱৰণি মোৰ শেৱালি
মোৰ স্বপ্নৰ মেঘৰঞ্জনি

Поcмотреть все песни артиста

Other albums by the artist

Similar artists