Kishore Kumar Hits

Abhi Saikia - Xarothi lyrics

Artist: Abhi Saikia

album: Xarothi


গতি আজি মোৰ
সীমাৰেখা তোৰ
অনন্ত প্ৰসাৰী ঢৌ
সপোনবোৰ
দিঠকত মোৰ
খেদি খেদি আঁজুৰিলোঁ

সুৰৰ অংগ মোৰ
আজি ছন্দত উজলে
অ', দূৰ-সুদূৰতে
আজি আবীৰ ছটিয়ালে
আজি পালোঁ মই সাৰথি
সকলো বাধা নেওচি
আজি পালোঁ মই সাৰথি
সকলো বাধা নেওচি

গতি আজি মোৰ
সীমাৰেখা তোৰ
অনন্ত প্ৰসাৰী ঢৌ
সপোনবোৰ
দিঠকত মোৰ
খেদি খেদি আঁজুৰিলোঁ

সুৰৰ অংগ মোৰ
আজি ছন্দত উজলে
অ', দূৰ-সুদূৰতে
আজি আবীৰ ছটিয়ালে
আজি পালোঁ মই সাৰথি
সকলো বাধা নেওচি
আজি পালোঁ মই সাৰথি
সকলো বাধা নেওচি
আজি পালোঁ মই সাৰথি
সকলো বাধা নেওচি
আজি পালোঁ মই সাৰথি
সকলো বাধা নেওচি

Поcмотреть все песни артиста

Other albums by the artist

Similar artists