Kishore Kumar Hits

Rajnish Saikia - Mone Bisare 2.0 lyrics

Artist: Rajnish Saikia

album: Mone Bisare 2.0


যাচিলা মোৰ বুকুতে
আৱেগৰে বৰষা
চেনেহৰে ছবি এইয়া
আনে বুজি নোপোৱা
সুধিবলে' আছে
মোৰ বহুকথা
আলসুৱা মন মোৰে
নিচেই যে ঠুনুকা
হেৰোৱা সুবাসে সপোনতে উমলিব যায়
তোমাৰে-মোৰে পৃথিৱী তাতে দিলোঁ সজাই
মতলীয়া আৱেগে তোমাৰে কথা কৈ যায়
প্ৰণয়ৰে আবেলিতে তোমাৰ হাঁহি ৰৈ যায়

गोरबो इसिङाओ दाबो
जुथुमना दोनदों अराय
नोंनि-आंनि बोइ गोथार
लोगो-मोनजेननाय दौथुन
गोरबो इसिङाओ दाबो
जुथुमना दोनदों अराय
नोंनि-आंनि बोइ गोथार
लोगो-मोनजेननाय दौथुन

চিনাকি যে হোৱা সেই সন্ধিয়া
মনত পৰেনে তোমাৰে কোৱাঁ!

চিনাকি যে হোৱা সেই সন্ধিয়া
মনত পৰেনে তোমাৰে কোৱাঁ!
আজি অচিনাকি হ'লোঁ যে আমি
বুজিব বিচাৰোঁ কি প্ৰহেলিকা তুমি!
হেৰোৱা সুবাসে সপোনতে উমলিব যায়
তোমাৰে-মোৰে পৃথিৱী তাতে দিলোঁ সজাই
মতলীয়া আৱেগে তোমাৰে কথা কৈ যায়
প্ৰণয়ৰে আবেলিতে তোমাৰ হাঁহি ৰৈ যায়

गोरबो इसिङाओ दाबो
जुथुमना दोनदों अराय
नोंनि-आंनि बोइ गोथार
लोगो-मोनजेननाय दौथुन
गोरबो इसिङाओ दाबो
जुथुमना दोनदों अराय
नोंनि-आंनि बोइ गोथार
लोगो-मोनजेननाय दौथुन

Поcмотреть все песни артиста

Other albums by the artist

Similar artists