আপোন নহলেও তুমি দূৰ নহ'বা
লগৰী হৈ চিৰজীৱন থাকিবা
সময় হ'লে তুমি কাষতে ৰ'বা
তুমি খোজে খোজে মোৰ প্ৰহেলিকা
আপোন নহলেও তুমি দূৰ নহ'বা
লগৰী হৈ চিৰজীৱন থাকিবা
সময় হ'লে তুমি কাষতে ৰ'বা
তুমি খোজে খোজে মোৰ প্ৰহেলিকা
মনে মনে নিজানতে বহি
নিগৰে চকুলো তোমাৰ কথা ভাবি
মনে মনে নিজানতে বহি
নিগৰে চকুলো তোমাৰ কথা ভাবি
সঘনে মোৰ সপোন ভাঙি
তুমি গ'লা হঠাতে আঁতৰি
দৰদি তুমি নাচাবা মোক
সহিব নোৱাৰিম এই দুখ ...
আপোন নহলেও তুমি দূৰ নহ'বা
লগৰী হৈ চিৰজীৱন থাকিবা ।
Поcмотреть все песни артиста
Other albums by the artist