Pincool - Porhi Suwa lyrics
Artist:
Pincool
album: Porhi Suwa
বাৰে বাৰে কিয় সোধা তুমি
মোক ভালপোৱাৰ পৰিধিৰ কথা?
চোৱাঁ চোৱাঁ মোৰ দুচকুত তুমি
পৰিধিবিহীন এই ভালপোৱা
যদি পাৰা পঢ়ি চোৱাঁচোন এবাৰ
যদি পাৰা পঢ়ি চোৱাঁ
যদি পাৰা পঢ়ি চোৱাঁচোন এবাৰ
যদি পাৰা পঢ়ি চোৱাঁ
বাৰে বাৰে কিয় সোধা তুমি
মোক ভালপোৱাৰ পৰিধিৰ কথা?
চোৱাঁ চোৱাঁ মোৰ দুচকুত তুমি
পৰিধিবিহীন এই ভালপোৱা
♪
মই জনা সেই মৰমৰে মাত
মনে যে বাৰে বাৰে শুনিব খোজে
হাতে-হাতে ধৰা সেই বাটবোৰত
মনে যে হেঁপাহৰ খোজ দিব খোজে
এবাৰতো উভতি আহাঁনা কাষলে'
চকুপানীবোৰ যে প্ৰতিপলে উচুপে
দুবাহুৰ মৰমে তোমাকে বিচাৰে
চেনেহৰে হাঁহি চাবলে' খোজে
যদি পাৰা পঢ়ি চোৱাঁচোন এবাৰ
যদি পাৰা পঢ়ি চোৱাঁ
যদি পাৰা পঢ়ি চোৱাঁচোন এবাৰ
যদি পাৰা পঢ়ি চোৱাঁ
বাৰে বাৰে কিয় সোধা তুমি
মোক ভালপোৱাৰ পৰিধিৰ কথা?
চোৱাঁ চোৱাঁ মোৰ দুচকুত তুমি
পৰিধিবিহীন এই ভালপোৱা
♪
যদি পাৰা পঢ়ি চোৱাঁচোন এবাৰ
যদি পাৰা পঢ়ি চোৱাঁ
যদি পাৰা পঢ়ি চোৱাঁচোন এবাৰ
যদি পাৰা পঢ়ি চোৱাঁ
Поcмотреть все песни артиста
Other albums by the artist