OOTPAT MUSIC - Roi Jam lyrics
Artist:
OOTPAT MUSIC
album: Roi Jam
বুকুতে মোৰ
তুমিয়েই আছা সোন
যি মই হ'লো তোমাৰ
ৰৈ যাম হৈয়ে তোমাৰ
আপোন আপোন
লাগে তোমাৰ লগত
প্ৰতিপলে জানা
তোমাকেই বিচাৰো মই
মনত পৰে সেই দিন য'ত
আছিলো লগতে দুয়ো উমলি (yeah)
মনত পৰে সেই দিন য'ত
আছিলো লগতে আমি উমলি (yeah)
তুমি; তুমি (yeah)
তুমি, ভাল পাওঁ যে মই তোমাকে
তুমি, ভাল পাব মোক শিকালা
পাহৰিব নকবা কেনেকৈ পাহৰো
শিকাই থৈ নগলা কেনেকে থাকিম মই
উভতি যাওঁ এতিয়া মই নো কেনেকে
এতিয়াও তোমাৰ ছবি আহে সপোনত
বুজিও নুবুজা তুমি মোৰ এই মনক
বুকুতে মোৰ
তুমিয়েই আছা সোন
যি মই হ'লো তোমাৰ
ৰৈ যাম হৈয়ে তোমাৰ
আপোন আপোন
লাগে তোমাৰ লগত
প্ৰতিপলে জানা
তোমাকেই বিচাৰো মই
মনত পৰে সেই দিন য'ত
আছিলো লগতে দুয়ো উমলি (yeah)
মনত পৰে সেই দিন য'ত
আছিলো লগতে আমি উমলি (yeah)
তুমি; তুমি (yeah)
তুমি, ভাল পাওঁ যে মই তোমাকে
তুমি, ভাল পাব মোক শিকালা
পাহৰিব নকবা কেনেকৈ পাহৰো
জোনাকী ৰাতিত জোনাক হৈ আহিবা
মোৰ এই বাগিচাত পখিলা হৈ উৰিবা
মোৰ এই গানৰ নদীত তুমিয়েই উতিবা
সপোনবোৰ ৰচি তুমিয়েইতো ভাঙিলা
জোনাকী ৰাতিত জোনাক হৈ আহিবা
মোৰ এই বাগিচাত পখিলা হৈ উৰিবা
মোৰ এই গানৰ নদীত তুমিয়েই উতিবা
সপোনবোৰ ৰচি তুমিয়েইতো ভাঙিলা
মনত পৰে সেই দিন য'ত
আছিলো লগতে দুয়ো উমলি (yeah)
মনত পৰে সেই দিন য'ত
আছিলো লগতে আমি উমলি (yeah)
Поcмотреть все песни артиста
Other albums by the artist