Shankuraj Konwar - Tumaloi Barasa lyrics
Artist:
Shankuraj Konwar
album: Tumaloi Barasa
মোৰ অনুৰোধ তোমালৈ বৰষা
তুমি অনুপম অনুৰাগ আশা
মোৰ অনুৰোধ তোমালৈ বৰষা
তুমি অনুপম অনুৰাগ আশা
আনিবা মোলৈ সুৰৰ সোপান
মৰমে উপচা বহু বেলা
ক'বাগৈ মোৰ প্ৰেয়সীক সেই
জিল মিল সন্ধিয়াৰ স্মৃতি ৰেখা
মোৰ অনুৰোধ তোমালৈ বৰষা
তুলি ললো এই পত্ৰ প্ৰেয়সিৰ
হৃদয় সফুৰা খুলি
আকৌ এবাৰ তিতিব বিচাৰো
প্ৰনয় বিয়াকুল ৰাতি
তুলি ললো এই পত্ৰ প্ৰেয়সিৰ
হৃদয় সফুৰা খুলি
আকৌ এবাৰ তিতিব বিচাৰো
প্ৰনয় বিয়াকুল ৰাতি
আনিবা মোলৈ সুৰৰ সোপান
মৰমে উপচা বহু বেলা
ক'বাগৈ মোৰ প্ৰেয়সীক সেই
জিল মিল সন্ধিয়াৰ স্মৃতি ৰেখা
মোৰ অনুৰোধ তোমালৈ বৰষা
আহিবা আকৌ সেই বাতেৰে
সজাবা সুৰৰ মেলা
অনুভৱ মোৰ তুমি অপৰুপা
প্ৰেৰনাযৰ চিত্ৰলেখা
আহিবা আকৌ সেই বাতেৰে
সজাবা সুৰৰ মেলা
অনুভৱ মোৰ তুমি অপৰুপা
প্ৰেৰনাযৰ চিত্ৰলেখা
Поcмотреть все песни артиста
Other albums by the artist