Kishore Kumar Hits

Dikshu - Bahumba lyrics

Artist: Dikshu

album: Bahumba


বাহুম্বা, বাহুম্বা
ঢেঁকীটো দি দে
বাহুম্বা, বাহুম্বা
ঢেঁকীটো দি দে
আৰে, দি দেনা
চাৰি, তিনি, দুই, এক
মিহিকে' (ঢেঁকীটো দি দে)
Nice
অ', মইনাকণ বাখৰ ঐ, কি খাই পাহৰোঁ তোক?
মইনাকণ বাখৰ ঐ, কি খাই পাহৰোঁ তোক?
মইনাকণ বাখৰ ঐ, কি খাই পাহৰোঁ তোক?
মইনাকণ বাখৰ ঐ, কি খাই পাহৰোঁ তোক?
ঐ, হাঁহি মাৰি মাৰি আধামৰা কৰিলি
বধিয়ে পেলাচোন মোকে, বাখৰমতি ঐ
কি খাই পাহৰোঁ?
কি খাই পাহৰোঁ তোক?

বাহুম্বা, বাহুম্বা
ঢেঁকীটো দি দে
ঐ, আমাৰে নাচনী নাচে ঘূৰি ঘূৰি
ঐ, মিচিকি-হাঁহিটি পৰে সৰি সৰি
ঐ, আমাৰে নাচনী নাচে ঘূৰি ঘূৰি
ঐ, মিচিকি-হাঁহিটি পৰে সৰি সৰি
ঐ, বুকুৰ কিমান বিঘা আছ দখল কৰি!
দেহা ঐ, দিবহে নোৱাৰোঁ জোখহে, ঐ
কিনো খাই পাহৰোঁ?
কিনো খাই পাহৰোঁ তোক?

বাহুম্বা, বাহুম্বা
ঢেঁকীটো দি দে
ঐ, কঁকালটি ভাঙিবি মিহি মিহি কৰি (ঘূৰি ঘূৰি, ঘূৰি ঘূৰি)
ঐ, বুকুখন ফাটিব চিতি চিতি কৰি (অ', নেৰিবাঁ)
ঐ, কঁকালটি ভাঙিবি মিহি মিহি কৰি
বুকুখন ফাটিব চিতি চিতি কৰি
ঐ, গৰমত হ'বিনে মৰমৰ বিচনী?
দেহা ঐ, ঘামিও লাগিব ভালে, ঐ
কিনো খাই পাহৰোঁ?
কিনো খাই পাহৰোঁ তোক?
ঐ, পিত কলি পিটিকি পাতহে, অ' লাহই
পিত কলি পিটিকি পাত
পিত কলি পিটিকি পাতহে, অ' লাহই
পিত কলি পিটিকি পাত
পিত কলি পিটিকি পাতহে, অ' লাহই
পিত কলি পিটিকি পাত
পিত কলি পিটিকি পাতহে, অ' লাহই
পিত কলি পিটিকি পাত
পিত কলি পিটিকি পাতহে, অ' লাহই
পিত কলি পিটিকি পাত
পিত কলি পিটিকি পাতহে, অ' লাহই
পিত কলি পিটিকি পাত
পিত কলি পিটিকি পাতহে, অ' লাহই
পিত কলি পিটিকি পাত
পিত কলি পিটিকি পাতহে, অ' লাহই
পিত কলি পিটিকি পাত

Поcмотреть все песни артиста

Other albums by the artist

Similar artists