Kishore Kumar Hits

Mizzu Mirzanoor - Heruwabo Nukhuju lyrics

Artist: Mizzu Mirzanoor

album: Heruwabo Nukhuju


হেৰুৱাব নোখোজোঁ আজি মই তোমাকেই
মনে উচুপে কিয় জানো, জানানে?
এপাহি গোলাপে সোঁৱৰায় মৰমকে
চোৱাঁচোন এবাৰ তুমি মোলে'
উশাহ মোৰ জিৰাব খোজে তোমাতেই
বিচাৰোঁ প্ৰতিপল মই তোমাকেই

অ', হিয়াৰে কোণতে ৰাখিছোঁ গোপনে
তোমাৰে মৰমবোৰ সযতনে
তুমি মোৰ জীয়া সপোন
তুমি আৱেগৰ দাপোণ
নহ'বাঁ উদাস মোৰে হৈ
সঁচা ভালপোৱা মোৰে
থাকিব হৈয়ে তোমাৰে
উশাহ মোৰ জিৰাব খোজে তোমাতেই
বিচাৰোঁ প্ৰতিপল মই তোমাকেই
হেৰুৱাব নোখোজোঁ আজি মই তোমাকেই
মনে উচুপে কিয় জানো, জানানে?
এপাহি গোলাপে সোঁৱৰায় মৰমকে
চোৱাঁচোন এবাৰ তুমি মোলে'

Поcмотреть все песни артиста

Other albums by the artist

Similar artists